মুখ্য পৃষ্ঠা
13/09/25
18:30
"বাস্তৱ বনাম সপোন"
মৃত্যু চিৰশান্তি
নে জীৱনৰ প্ৰাপ্তি ?
মৃত্যু এটা শিল্প |
আকৌ উলটি আহিব বুলি কল্পনা কৰাটো
এক বিষাদৰ দুঃস্বপ্ন |
আবেগহীন মনে নামাৰে সুহুৰি
ভাৱনাত ভাঁহে উৰুখা জুপুৰি
সপোনতে মৰো ,
সপোনতে নিজৰ চিতা সাজো |
পূৱতী নিশা আইৰ উচুপনিত
নিজকে বাস্তৱত আৱিস্কাৰ কৰো |
© ৰাজু কলিতা
20/01/15